নতুন দিল্লীত আজি গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰে;
"গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী @Bhupendrapbjp-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
@CMOGuj
CM of Gujarat, Shri @Bhupendrapbjp met Prime Minister @narendramodi.@CMOGuj pic.twitter.com/4ixWqGziAf
— PMO India (@PMOIndia) September 4, 2025


