চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক্সত এনেদৰে পোষ্ট কৰিছে ;
"চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
Chief Minister of Chhattisgarh, Shri @vishnudsai, met Prime Minister @narendramodi. pic.twitter.com/riCvd11bJW
— PMO India (@PMOIndia) June 6, 2025


