নতুন দিল্লীত আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী ভট্টি বিক্ৰমাৰ্কা মাল্লুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী @revanth_anumula আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী @bhatti_mallu য়ে আজি প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।
@TelanganaCMO
Telangana CM, Shri @revanth_anumula and Deputy CM, Shri @Bhatti_Mallu, met PM @narendramodi today.@TelanganaCMO pic.twitter.com/XiMnpBPlFR
— PMO India (@PMOIndia) December 3, 2025


