প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই দহোটা গুৰুত্বপূৰ্ণ খণ্ডত ভাৰতৰ উত্পাদনী সামৰ্থ্য বৰ্দ্ধন আৰু ৰপ্টানীৰ পৰিসৰ বৃদ্ধি-আত্মনিৰ্ভৰ ভাৰতৰ বাবে ‘উত্পাদন-সংযোজিত প্ৰোত্সাহন’(পিএলআই) আঁচনি ৰূপায়ণৰ এক প্ৰস্তাৱলৈ অনুমোদন জনায়।

 

প্ৰথমিকতা

খণ্ড

ৰূপায়ণৰ দায়িত্ববাহী মন্ত্ৰালয়-বিভাগ

পাঁচবছৰীয়া সময়কালৰ বাবে অনুমোদিত পুঁজিৰ পৰিমাণ(কোটি টকা হিচাপত)

  1.  

উন্নত ৰসায়ণ বিজ্ঞান কোষ(এচিচি)বেটেৰী

নীতি আয়োগ আৰু গুৰু উদ্যোগ বিভাগ

18100

  1.  

ইলেক্ট্ৰনিক-প্ৰযুক্তি সামগ্ৰী

ইলেক্ট্ৰনিক্স আৰু তথ্য মন্ত্ৰালয়

5000

  1.  

যান-বাহণ আৰু যান-বাহণৰ যন্ত্ৰাংশ

গুৰু উদ্যোগ বিভাগ

57042

  1.  

ফাৰ্মাচিউটিকেল ঔষধ-পাতি

ফাৰ্মাচিউটিকেল বিভাগ

15000

  1.  

দূৰ সংযোগ তথা নেটৱৰ্কিং সামগ্ৰী

দূৰ সংযোগ বিভাগ

12195

  1.  

বস্ত্ৰ সামগ্ৰী-এমএমএফ খণ্ড আৰু কাৰিকৰী বস্ত্ৰ

বস্ত্ৰশিল্প মন্ত্ৰালয়

10683

  1.  

খাদ্য সামগ্ৰী

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়

10900

  1.  

উন্নত পাৰদৰ্শী সৌৰ পিভি মডিউল

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

4500

  1.  

শ্বেত সামগ্ৰী(এচি আৰু এলইডি)

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য উত্তৰণ বিভাগ

6238

  1.  

বিশেষ শ্ৰেণীৰ তীখা

তীখা মন্ত্ৰালয়

6322

মুঠ

145980

 

 

উল্লিখিত খণ্ডকেইটা সংযোজিত হোৱাৰ পূৰ্বে ‘পিএলআই’ আঁচনি ৰূপায়ণৰ বাবে অধিসূচিত কৰা খণ্ডসমূহ হ’ল:

ক্ৰমিক নং

খণ্ডectors

ৰূপায়ণৰ দায়িত্ববাহী মন্ত্ৰালয়-বিভাগ

অনুমোদিত পুঁজিৰ পৰিমাণ(কোটি টকা হিচাপত)

  1.  

মোবাইল উত্পাদন আৰু বিশেষ ইলেক্ট্ৰনিক উপাংশ

ইলেক্ট্ৰনিক্স আৰু তথ্য মন্ত্ৰালয়

40951

  1.  

বিশেষ গুৰুত্বপূৰ্ণ সামগ্ৰী-ঔষধ  আৰু সক্ৰিয় ঔষধ প্ৰস্তুতকৰণ উপাদান

ফাৰ্মাচিউটিকেল বিভাগ

6940

  1.  

চিকিত্সা উপকৰণৰ উত্পাদন

3420

মুঠ

51311

আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান সাৰোগত কৰি দেশত এক পাৰদৰ্শী, সমতাপূৰ্ণ আৰু স্থিতিস্থাপকতা গুণসম্পন্ন উত্পাদনী খণ্ড গঢ়ি তুলিব পৰাকৈ নীতি নিৰ্দ্ধাৰণ কৰাত মনোনিৱেশ কৰা হয়। উত্পাদন আৰু ঔদ্যোগিক সামগ্ৰীৰ ৰপ্টানী বৃদ্ধিয়ে ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৰ্দ্ধনৰ লগতে গোলকীয় প্ৰেক্ষাপটত বিদেশী প্ৰতিষ্ঠানৰে প্ৰতিযোগিতাত বৰ্তী থকাৰ দক্ষতা আহৰণত সহযোগিতা আগবঢ়াব।

খণ্ড ভিত্তিক সামগ্ৰী উত্পাদনৰ তালিকা

খণ্ড

 

সামগ্ৰী-সূচী                      

উন্নত ৰসায়ণ বিজ্ঞান কোষ(এচিচি)বেটেৰীৰ উত্পাদন

 

এচিচ বেটেৰী

ইলেক্ট্ৰনিক-প্ৰযুক্তি সামগ্ৰী

 

  1. ছেমিকণ্ডাক্টৰ ফে’ব
  2. ডিছপ্লে’ ফে’ব
  3. লেপটপ-নোটবুক
  4. ছাৰ্ভাৰ
  5. আইঅটি উপকৰণ
  6. বিশেষধৰণৰ কম্পিউটাৰ হাৰ্ডৱে’ৰ

যান-বাহণ আৰু যান-বাহণৰ যন্ত্ৰাংশ

 

যান-বাহণ আৰু যান-বাহণৰ যন্ত্ৰাংশ

ফাৰ্মাচিউটিকেল

শ্ৰেণী-১

  1. বায়’ফাৰ্মাচিউটিকেলছ
  2. জটিল জেনেৰিক ঔষধ
  3. পেটেণ্টেড ঔষধ বা পেটেণ্টৰ সময়সীমা উকলাৰ সময় কাষ চপা ঔষধসমূহ
  4. কোষ ভিত্তিক বা জীন থেৰাপী সামগ্ৰী
  5. অৰ্ফান ঔষধসমূহ
  6. বিশেষ খালী কেপচুল
  • vii. জটিল এক্সচিপিয়েণ্ট

 

শ্ৰেণী-২

  1. এক্টিভ ফাৰ্মা ইনগ্ৰেডিয়েণ্ট(এপিআই)/গুৰুত্বপূৰ্ণ আৰম্ভণী সামগ্ৰী(কেএছএম) আৰু/ড্ৰাগ ইণ্টাৰমেডিয়েৰিজ(ডিআই)
  2.  
  3. শ্ৰেণী-৩
  1. পুনৰ্নিযুক্ত ঔষধ
  2. স্বয়ং-প্ৰতিৰক্ষী ঔষধ, কেন্সাৰ প্ৰতিৰোধী ঔষধ, কাৰ্ডিঅ’ভাছকুলাৰ ঔষধ, চাইক্ৰ’ট্ৰপিক ঔষধ আৰু এণ্টী-ৰেট্ৰ’ভাইৰেল ঔষধ
  3. ইন-ভাৰ্টো ডায়েগন’ষ্টিক উপকৰণ(আইভিডি)
  4. ফাইটফাৰ্মাচিউটিকেলছ
  5. ভাৰতত প্ৰস্তুত নকৰা ঔষধসমূহ
  6. অনুমোদন কৰা অন্যন্য ঔষধসমূহ

দূৰসংযোগ সামগ্ৰী

  1. ক’ৰ ট্ৰেন্সমিছন উপকৰণ
  2. ৪জি-৫জি, নেক্সট জেনেৰেশ্যন ৰেডিঅ’ একছেছ নেটৱৰ্ক আৰু অনাতাঁৰ উপকৰণ
  3. একছেছ  এণ্ড কাষ্টমাৰ প্ৰেমাইছেছ ইকুইপমেণ্ট, ইণ্টাৰনেট অব থিংছ, একছেছ ডিভাইছেছ এণ্ড অনান্য অনাতাঁৰ উপকৰণ
  4. এণ্টাৰপ্ৰাইজ উপকৰণ : ছুইছ, ৰাউটাৰ

বস্ত্ৰ

  1. মানৱ নিৰ্মিত ফাইবাৰ খণ্ড
  2. কাৰিকৰী বস্ত্ৰ

খাদ্য সংসাধন

  1. প্ৰস্তুত খাদ্য/ৰন্ধাৰ বাবে সাজু(আৰটিই-আৰটিচি)
  2. সামুদ্ৰিক সামগ্ৰী
  3. ফল আৰু শাক-পাচলি
  4. মৌ
  5. দেশী ঘী
  6. মঝৰেলা চীজ
  7. জৈৱিক কণী আৰু হাঁহ-কুকুৰীৰ মাংস

সৌৰ পিভি উত্পাদন

সৌৰ পিভি

শ্বেত সামগ্ৰী

    1. এয়াৰ কণ্ডিশ্যনাৰ
    2. এলইডি

তীখা সামগ্ৰী

  1. কোটেড তীখা
  2. উচ্চ শক্তিসম্পন্ন তীখা
  3. তীখা ৰে’ল
  4. এলয় ষ্টীল বাৰ আৰু ৰড

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2026
March 31, 2026

 Building a Resilient Bharat: Record Progress in Banking, Infrastructure, EVs, and Conservation Under PM Modi