প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিছে।

একে সময়তে অনুষ্ঠিত নিৰ্বাচন : উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ

১) ১৯৫১ আৰু ১৯৬৭ চনৰ ভিতৰত একেসময়তে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

২) আইন আয়োগ : ১৭০ সংখ্যক প্ৰতিবেদন (১৯৯৯) : পাঁচ বছৰত লোকসভা আৰু সকলো বিধানসভাৰ বাবে একেটা নিৰ্বাচন।

৩) সংসদীয় সমিতিৰ ৭৯ সংখ্যক প্ৰতিবেদন (২০১৫): দুটা পৰ্যায়ত একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পদ্ধতিৰ পৰামৰ্শ দিয়া হৈছে।

৪) শ্ৰীৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে ৰাজনৈতিক দল আৰু বিশেষজ্ঞকে ধৰি সকলো অংশীদাৰৰ লগত ব্যাপক আলোচনা কৰে।

৫) প্ৰতিবেদন অনলাইনত উপলব্ধ: https://onoe.gov.in

৬) ব্যাপক প্ৰতিক্ৰিয়াৰ পৰা দেখা গৈছে যে দেশত একেসময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক সমৰ্থন আছে।

পৰামৰ্শ আৰু অগ্ৰসৰ হোৱাৰ পথ

১) দুটা পৰ্যায়ত কাৰ্যকৰী কৰা।

২) প্ৰথম পৰ্যায়ত: লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেসময়তে অনুষ্ঠিত কৰা।

৩) দ্বিতীয় পৰ্যায়তঃ সাধাৰণ নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন (পঞ্চায়ত আৰু পৌৰসভা) অনুষ্ঠিত কৰা।

৪) সকলো নিৰ্বাচনৰ বাবে উমৈহতীয়া ভোটাৰ তালিকা।

৫) সমগ্ৰ দেশতে বিতং আলোচনা আৰম্ভ কৰা

৬) এটা কাৰ্যকৰী গোট গঠন কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates India’s U-19 Cricket Team on World Cup Victory
February 06, 2026

The Prime Minister, Shri Narendra Modi, has lauded the outstanding performance of India’s Under-19 cricket team for clinching the World Cup title.

Prime Minister commended the team for playing very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too, he added.

In a message on X, Shri Modi said:

“India’s cricketing talent shines!

Proud of our U-19 team for bringing home the World Cup. The team has played very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too. Best wishes to the players for their upcoming endeavours.”