Cabinet approves continuation of the National Health Mission – w.e.f. 1st April 2017 to 31st March 2020 with a budgetary support of Rs. 85,217 crore as Central Share
Cabinet approves continuation of the Prime Minister’s Development Package for Jammu & Kashmir 2015

স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ অৰ্থে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক ১ এপ্ৰিল ২০১৭ৰ পৰা ৩১ মাৰ্চ ২০২০লৈ অবিৰত সেৱা আগবঢ়াবলৈ ৮৫,২১৭ কোটি টকাৰ কেন্দ্ৰীয় অংশ হিচাপে আৰ্থিক সাহায্য প্ৰদানৰ অনুমোদন জনাইছে৷

তাৰোপৰি কেবিনেটে জম্মু আৰু কাশ্মীৰ ২০১৫ৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পেকেজ- ‘‘Stepping up of support under creation of Infrastructure in District Hospitals, Sub-district Hospitals and Primary Health Centers over 5 years’’ৰ বাবে ১ এপ্ৰিল ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩১ মাৰ্চ ২০২০ পৰ্যন্ত সময়ছোৱাৰ বাবে সম্পূৰ্ণ কেন্দ্ৰীয় পুঁজি আঁচনিৰ পৰা ৬২৫.২০ কোটি টকাৰ আৰ্থিক সাহায্যৰ বাবে অনুমোদন জনাইছে৷

উল্লেখযোগ্য বৈশিষ্টসমূহঃ

১. ইউএইচচি (ইউনিভাৰ্ছেল হেল্থ ক’ভাৰেজ)ৰ বাবে এনএইচএম প্ৰধান চালকৰ আসনত উপৱিষ্ট হ’ব৷

২. ৰাষ্ট্ৰীয় স্বাস্থ্য নিয়মাৱৱী, ২০১৭ আৰু এছডিজি-৩ৰ সৈতে লক্ষ্য সংবদ্ধ কৰা৷

৩. এইএইচএমে দেশক এমডিজি প্ৰাপ্ত কৰাত সহায় কৰিছে আৰু ইউএইচজিৰ লক্ষ্যৰ সৈতে এছডিজি ৩ৰ লক্ষ্য প্ৰাপ্তিত ই প্ৰধান চালকৰ আসনত উপৱিষ্ট হ’ব৷

৪. এনএইচএমে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ সৱলীকৰণ অব্যাহত ৰাখিব, বিশেষকৈ উচ্চ অগ্ৰাধিকাৰযুক্ত জিলাসমূহত য’ত আকাংক্ষিত জিলাসমূহো অন্তৰ্ভুক্ত আছে৷

৫. নিৰ্বাচিত প্ৰাথমিক স্বাস্থ্য সেৱাৰ পৰা ব্যাপক প্ৰাথমিক স্বাস্থ্য সেৱালৈ পৰিৱৰ্তন য’ত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ (এইচডব্লিউচি) হিচাপে এছএইচচি/পিএইচচিৰ সৱলীকৰণৰ জৰিয়তে সাধাৰণ-অসাধাৰণ সংক্ৰামক ৰোগ, বৃদ্ধসকলৰ স্বাস্থ্য সেৱা, প্ৰশমক সেৱা আৰু পুনৰ্বাসন সেৱা আদিও উপলব্ধ থাকিব৷

৬. এইচডব্লিউচিয়ে এনচিডি স্ক্ৰীণিং আৰু ব্যৱস্থাপনাক অন্তৰ্ভুক্ত কৰি প্ৰতিৰোধক, উত্তৰণশীল, চিকিৎসা আৰু পুনৰ্বাসন সেৱা প্ৰদান কৰিব আৰু দ্বি-পথ পৰামৰ্শ তথা অনুসৰণ ব্যৱস্থাৰ জৰিয়তে বিভংগন তথা সেৱাৰ অব্যাহত উত্তৰণ কৰাৰ বাবে চিএইচচি আৰু ডিএইচচিৰ সংযোগ কৰাৰ আশা প্ৰকাশ কৰা হৈছে৷  

৭. প্ৰাথমিক স্বাস্থ্য সেৱা আৰু প্ৰাথমিক স্বাস্থ্য সম্বন্ধীয় দক্ষতাৰ প্ৰশিক্ষণ প্ৰাপ্ত মধ্য বৰ্গীয় স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলক উপ-কেন্দ্ৰসমূহত নিযুক্তি দিয়া হ’ব৷

৮. আয়ুসৰ সংবদ্ধতাৰ জৰিয়তে কল্যাণ, আৰু স্বাস্থ্য উত্তৰণ তথা বিশেষকৈ ক্ৰনিক ৰোগৰ প্ৰতিৰোধত গুৰুত্ব প্ৰদান কৰা হৈছে৷

৯. প্ৰধান স্বাস্থ্য সংকেতক আৰু অন্যান্য ক্ষেত্ৰসমূহৰ অভিলাসী লক্ষ্যসমূহ নিৰ্ধাৰণ কৰি দক্ষতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে৷

১০. প্ৰধান ফলাফলত উন্নত প্ৰদৰ্শন আৰু স্বাস্থ্যক্ষেত্ৰক উজ্জীৱিত কৰাৰ বাবে নিৰ্ধাৰিত ধন বৃদ্ধি কৰা হ’ব৷

১১. স্বাস্থ্য আৰু কল্যাণত সংহত অভিগমণ নিশ্চিত কৰাৰ বাবে সকলো উলম্বিক ৰোগ কাৰ্যসূচীৰ অনুভূমিক সংবদ্ধকৰণ কৰা হ’ব৷

১২. নিৰ্ধাৰিত লক্ষ্য প্ৰাপ্তিৰ বাবে বিশেষভাৱে ক্ৰাফ্টেড আৰু কৌশল তথা হস্তক্ষেপ গ্ৰহণ কৰা হ’ব৷

১৩. ক্ষীপ্ৰ পদক্ষেপ যেনে এনএইচএম বিনামূলীয়া ঔষধ আৰু চিকিৎসা সেৱা পদক্ষেপ, প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচী- Reduction on OOPE incorporated as a separate target ৰ বাবে আউট অৱ পকেট এক্সপেণ্ডিচাৰ (OOPE) হ্ৰাসৰ বিশেষ লক্ষ্য৷

১৪. স্বাস্থ্যৰ আন্তঃ ক্ষেত্ৰীয় অভিসাৰী কাৰ্যৰ বাবে উপলব্ধ প্লেটফৰ্মৰ কাৰ্যকৰী সজ্বাকৰণ৷

১৫. তৃণমূলৰ কৰ্মীসকলৰ মাজত সমন্বয় আৰু উৎসাহ বৃদ্ধিৰ বাবে দলীয় ভিত্তিক ভাট্টা৷

১৬. ৰাজহুৱা স্বাস্থ্য সুবিধা, কায়াকল্প, লক্ষ্য আদিৰ গুণগতমান স্বীকৃতিকৰণৰ বাবে লক্ষ্য নিৰ্ধাৰণ৷ ৰাজহুৱা স্বাস্থ্য সুবিধাৰ সুব্যৱহাৰ কৰাটো বিশেষ লক্ষ্য৷

১৭. সকলো ৰাজ্যলৈ ভেকচিনৰ পৰিমাণ বৃদ্ধিৰ প্ৰস্তাৱ৷

১৮. আয়ুস্মান ভাৰতৰ অধীনত সৈতে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা অভিযানৰ সংবদ্ধকৰণ৷

 

প্ৰভাৱসমূহঃ

ই নিম্নোক্ত সুবিধা/ফলাফলসমূহ প্ৰদান কৰিবঃ 

১. অব্যাহত পৰ্যায়ত এনএইচএমৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব৷

২.  প্ৰধান স্বাস্থ্য সংকেতক যেনে নৱজাতকৰ মৃত্যুৰ হাৰ (এনএমআৰ), শিশুৰ মৃত্যুৰ হাৰ (আইএমআৰ), পাঁচ বছৰৰ তলৰ মৃত্যুৰ হাৰ (ইউ৫এমআৰ), মাতৃৰ মৃত্যুৰ হাৰ (এমএমআৰ) আৰু সৰ্বমুঠ উৰ্বৰতাৰ হাৰ (টিএফআৰ)ৰ উত্তৰণ৷

৩. সংক্ৰামক ৰোগৰ পৰিঘটনাসমূহ হ্ৰাস কৰিব৷

৪. স্বাস্থ্য সেৱাত আউট অৱ পকেট এক্সপেণ্ডিচাৰ (OOPE)ৰ হ্ৰাস৷

৫. নিয়মীয়া ৰোগ প্ৰতিৰোধক আৰু অসংক্ৰামক ৰোগৰ সেৱাৰো ব্যৱহাৰ তথা সীমাৰ উত্তৰণ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi dons traditional Bengali panjabi and dhuti as BJP marks historic West Bengal win

Media Coverage

PM Modi dons traditional Bengali panjabi and dhuti as BJP marks historic West Bengal win
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value of truth and perseverance
May 05, 2026

The Prime Minister, Shri Narendra Modi, said that success achieved through tireless effort and by following the path of truth is lasting. He noted that such success not only builds self-confidence but also brings a deep sense of satisfaction to the mind.

The Prime Minister shared a Sanskrit Subhashitam-

“न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च॥”

The Subhashitam conveys that those who aspire to win do not succeed merely through strength and power, but through truth, compassion, righteousness and unwavering effort.

The Prime Minister wrote on X;

“अथक परिश्रम और सत्य के मार्ग पर चलकर प्राप्त की गई सफलता स्थायी होती है। इससे जहां आत्मविश्वास बढ़ता है, वहीं मन को अद्भुत संतोष भी मिलता है।

न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।

यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ।।”