স্বাধীনতা দিৱস উপলক্ষে দীপা মালিক তথা আন-আন খেলুৱৈসকলক ৰাষ্ট্ৰপতি ভৱনলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হয়। খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ আগমন ঘটাত তেখেতক অভিবাদন জনাবলৈ তেওঁলোকৰ মাজত যথেষ্ট উত্তেজনাই বিৰাজ কৰিছিল আৰু তেওঁলোকে হুইলচেয়াৰত থকা দীপা মালিকৰ আগবাঢ়িছিল। এয়া দেখি প্ৰধানমন্ত্ৰীগৰাকীয়ে আনসকলক তেওঁৰ মেৰুদণ্ডৰ একাধিক অস্ত্ৰোপচাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সমৰ্থন নল'বলৈ আহ্বান জনাইছিল।

এই কথাৰ সবিশেষ ব্যক্ত কৰি দীপা মালিকে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ তেওঁৰ প্ৰতি এনে আগ্ৰহৰ বাবে তেওঁ প্ৰেৰিত হৈছিল আৰু সুখ অনুভৱ কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে আন খেলুৱৈসকলে তেওঁক অতিক্ৰমৰে তেখেতৰ কাষ চাপিবলৈ চেষ্টা কৰাত বাধা দিয়া কাৰ্য্য আৰু তেখেতে নিজেই তেওঁৰ মূৰত এখন হাত ৰখাৰ কথা স্মৰণ কৰে।

দীপাই কয়, "মানুহে মোৰ ওপৰেৰে তেখেতৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল। তেতিয়াই মোদী জীয়ে মোৰ মূৰৰ ওপৰত হাত থৈছিল আৰু মোক লোকসকলৰপৰা সুৰক্ষা প্ৰদান কৰিছিল। তেখেতে তেওঁলোকক কয় যে মোৰ পিঠিত একাধিক অস্ত্ৰোপচাৰ কৰা হৈছে আৰু তেওঁলোকক মোক আঘাত নকৰিবলৈ কৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে মোৰ মেৰুদণ্ডৰ আঘাত সম্পৰ্কে মনত ৰখা আৰু মোক সুৰক্ষা দিয়াত মই অত্যন্ত সুখী।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership