প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ যুৱ প্ৰজন্মৰ মাজত উদ্ভাৱনী মনোভাৱ জগাই তোলাত অটল টিংকাৰিং লেবসমূহে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

কেন্দ্ৰীয় উদ্যমিতা, দক্ষতা বিকাশ, ইলেক্ট্ৰনিকছ আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে তেওঁৰ কুৰিয়াচিৰাস্থিত তেওঁৰ প্ৰথমখন ছেইন্ট প’ল বিদ্যালয়ত অটল টিংকাৰিং লেব স্থাপন সন্দৰ্ভত কৰা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“আপোনাৰ বাবে এয়া নিঃসন্দেহে এক বিশেষ মুহূৰ্ত!

আমাৰ যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱনী মনোভাৱ জগাই তোলাত অটল টিংকাৰিং লেবে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।” 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Centre released ₹8.28 lakh crore grants-in-aid to states during FY19-FY23

Media Coverage

Centre released ₹8.28 lakh crore grants-in-aid to states during FY19-FY23
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 ফেব্ৰুৱাৰী 2024
February 23, 2024

Vikas Bhi, Virasat Bhi - Era of Development and Progress under leadership of PM Modi