প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ সভাপতি মহামান্য ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনযোগে কথা পাতিছে।

দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোডীক ইউক্ৰেইন আৰু ৰাছিয়াৰ দলসমূহৰ মাজত আলোচনাৰ স্থিতি সম্পৰ্কে অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা আলোচনাক আদৰণি জনায় আৰু আশা ব্যক্ত কৰে যে ই সংঘৰ্ষৰ সমাপ্তি ঘটাব। তেওঁ পৰামৰ্শ দিয়ে যে ৰাষ্ট্ৰপতি পুটিন আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত পোনপটীয়া আলোচনাই শান্তিৰ দিশত চলি থকা প্ৰচেষ্টাত গুৰুত্বপূৰ্ণভাৱে সহায় কৰিব পাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়াও চুমিত অৱশিষ্ট থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰীক ভাৰতীয় শিক্ষাৰ্থীকে ধৰি অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ সুবিধাৰ বাবে বৰ্তমান মানৱীয় কৰিডৰত চলি থকা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Women apprentices in India rise 58% over three years: TeamLease report

Media Coverage

Women apprentices in India rise 58% over three years: TeamLease report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam urging citizens to to “Arise, Awake” for Higher Purpose
January 13, 2026

The Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam urging citizens to embrace the spirit of awakening. Success is achieved when one perseveres along life’s challenging path with courage and clarity.

In a post on X, Shri Modi wrote:

“उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।

क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥”