প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
“মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেওৰুৱাৰ ঘটনাত গভীৰভাৱে মৰ্মাহত । মোৰ ভাবনা নিজৰ আপোনজনক হেৰুওৱা সকলৰ লগত আছে । আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছো: PM @narendramodi”
“মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ঘটনাত মই গভীৰ শোক প্ৰকাশ কৰিছো।যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা।আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী @narendramodi“
Deeply saddened by the loss of lives due to a mishap in Nashik, Maharashtra. My thoughts are with those who have lost their loved ones. I pray that the injured recover soon: PM @narendramodi
— PMO India (@PMOIndia) December 7, 2025
महाराष्ट्रात, नाशिक येथे दुर्घटनेत झालेल्या जीवितहानीबद्दल मला अत्यंत दुःख झाले आहे. ज्यांनी आपल्या प्रियजनांना गमावले आहे, त्यांच्या प्रति मी संवेदना व्यक्त करतो. जखमींच्या तब्येतीत लवकर सुधारणा व्हावी अशी मी प्रार्थना करतो: पंतप्रधान @narendramodi
— PMO India (@PMOIndia) December 7, 2025


