প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া ঘৰ আবণ্টনৰ সিদ্ধান্তই আমাৰ দেশ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰৰ নিষ্ঠাক প্ৰতিফলিত কৰিছে, যাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ মান উন্নত কৰা হৈছে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -

কোটি কোটি ভাৰতীয়ৰ বাবে জীয়াই থকাৰ সুচলতা আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ প্ৰতি এয়া এক প্ৰেৰণা।

আজি কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধিক সম্প্ৰসাৰণৰ লগতে ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই আমাৰ দেশ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু প্ৰতিগৰাকী নাগৰিকে যাতে এক উন্নত জীৱন যাপন কৰিব পাৰে, তাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি পিএমএৱাইৰ সম্প্ৰসাৰণে আমাৰ চৰকাৰৰ সৰ্বাংগীন বিকাশ আৰু সমাজ কল্যাণৰ প্ৰতিশ্ৰুতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sonowal unveils first Made in India EXIM shipping container, Maersk orders 1,000 of them

Media Coverage

Sonowal unveils first Made in India EXIM shipping container, Maersk orders 1,000 of them
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2026
July 04, 2026

PM Modi’s Viksit Bharat Vision in Action: Modern Infrastructure, Strategic Strength & Economic Progress