প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ জনসাধাৰণক আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। "ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়াই আহিছে। যোৱাটো দশকত এনডিএ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ ‘ইজ অৱ লিভিঙ’ৰ বৰ্ধনৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে", শ্ৰী মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

"তেলেংগানাৰ জনসাধাৰণক আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছোঁ। ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়াই আহিছে। যোৱাটো দশকত এনডিএ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ ‘ইজ অৱ লিভিঙ’ৰ বৰ্ধনৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ জনসাধাৰণ সফলতা আৰু সমৃদ্ধিৰ বাটত আগুৱাই যাওঁক।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts