Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা আৰম্ভ হোৱা বাৰ্ষিক পোষণ পখোৱাড়াত শ্ৰী অন্ন (মিলেটছ)ৰ ওপৰত গুৰুত্ব আৰোপ কৰাত সুখ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে,

“মই কামনা কৰোঁ যে পোশন পাখোৱাড়াই সঠিক পুষ্টিৰ বিষয়ে সজাগতা বিয়পোৱাত সহায় কৰিব আৰু ই পুষ্টিহীনতাৰ বিপদ দূৰ কৰিব পাৰিব। সুস্থ জীৱন-যাপনৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা ল’ব পৰা শ্ৰী অন্ন (মিলেটছ)ৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত আনন্দদায়ক।”

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Ahead of PM Modi's visit, US hails India's ‘critical role’ on global stage

Media Coverage

Ahead of PM Modi's visit, US hails India's ‘critical role’ on global stage
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2023
June 06, 2023
Share
 
Comments

New India Appreciates PM Modi’s Vision of Women-led Development