পেৰালিম্পিক ২০২৪ত পুৰুষৰ ‘হাই জাম্প টি-৪৭ প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশাদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে 'এক্স'ৰ এটা ‘পোষ্ট’-ত লিখিছে:

"#Paralympics2024ৰ পুৰুষৰ ‘হাই জাম্প টি-৪৭ প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰা তেওঁৰ উল্লেখযোগ্য সাফল্যৰ বাবে @nishad_hjক অভিনন্দন জনাইছোঁ! প্ৰচণ্ড অভিলাষ আৰু সংকল্পশক্তিৰে যে সকলো সম্ভৱ কৰিব পাৰি সেই কথা তেওঁ আমাক কৰি দেখুৱাইছে। ভাৰত উৎফুল্লিত হৈছে। "

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As Naxalism ends in Chhattisgarh, village gets tap water for first time

Media Coverage

As Naxalism ends in Chhattisgarh, village gets tap water for first time
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 এপ্ৰিল 2026
April 13, 2026

Nari Shakti, 7% Growth & Global Respect: PM Modi Leadership Formula India is Celebrating