আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়ব সিং ছাইনীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত কয়ঃ
“হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@cmohry”
CM of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi.@cmohry pic.twitter.com/aZTTh6ewQ9
— PMO India (@PMOIndia) October 1, 2025


