প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশাখীৰ বিশেষ উপলক্ষত জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই শুভ উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু আনন্দ কঢ়িয়াই আনক। প্ৰকৃতি আৰু আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলেৰে এই উৎসৱৰ বিশেষ সম্পৰ্ক আছে। আমাৰ কৃষিভূমি সমৃদ্ধ হৈ পৰক আৰু ই আমাৰ গ্ৰহটোৰ প্ৰতি যত্নশীল হ’বলৈ আমাক অনুপ্ৰাণিত কৰক।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit

Media Coverage

From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ফেব্ৰুৱাৰী 2026
February 07, 2026

Empowering the Nation: Trade Deals, Tech Innovations, and Rural Revival Under PM Modi