প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে পেৰিছত উপস্থিত হয়। তেওঁৰ আগমনৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে এআই কাৰ্য সন্মিলন আৰু আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।



Landed in Paris a short while ago. Looking forward to the various programmes here, which will focus on futuristic sectors like AI, tech and innovation. pic.twitter.com/eZzBDC52cQ
— Narendra Modi (@narendramodi) February 10, 2025


