
প্ৰধানমন্ত্ৰীয়ে এক উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে
May 10th, 02:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত এক উচ্চ-স্তৰীয় বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, এনএছএ অজিত ডোভাল, চিডিএছ জেনেৰেল অনিল চৌহান, সশস্ত্ৰ বাহিনীৰ মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, চীফ অফ ডিফেন্স ষ্টাফ আৰু সেনা বাহিনীৰ মুৰব্বী আৰু উচ্চপদস্থ বিষয়াসকলৰে বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
May 09th, 10:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু সেনা বাহিনীৰ মুৰব্বীসকলৰ লগতে উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন বৈঠকত অধ্যক্ষতা কৰে।
২০২১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ২১ খন বিশেষ ফটো
December 31st, 11:59 am
২০২১ বৰ্ষৰ সমাপ্তিৰ পৰিপ্ৰেক্ষিতত ২০২১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ কিছুমান বিশেষ ফটো ইয়াত চাওক।Chiefs of Armed Forces call on PM
November 08th, 05:07 pm
The Chief of Army Staff General Dalbir Singh, the Chief of Naval Staff Admiral Sunil Lanba and the Vice Chief of Air Staff Air Marshal Birender Singh Dhanoa called on the PM Narendra Modi in New Delhi.PM visits Pathankot Airbase
January 09th, 03:30 pm