উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেলে কালি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;
"উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী @anandibenpatel-এ কালি ২৬ জুলাইত প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।
Governor of Uttar Pradesh, Smt. @anandibenpatel, called on PM @narendramodi yesterday, on 26th July. pic.twitter.com/9Xke5brTvM
— PMO India (@PMOIndia) July 27, 2023


