Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন ড্ৰোন বিধিয়ে ভাৰতত এই খণ্ডটোৰ বাবে এটি ঐতিহাসিক ক্ষণৰ সূচনা কৰিলে। তেখেতে লগতে কয় যে নতুন ড্ৰোন বিধিখনিয়ে এই খণ্ডত কৰ্মৰত ষ্টাৰ্ট-আপ আৰু আমাৰ যুৱ প্ৰজন্মক অতিশয় সহায় কৰিব।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"নতুন ড্ৰোন বিধিয়ে ভাৰতত এই খণ্ডটোৰ বাবে এটি ঐতিহাসিক ক্ষণৰ সূচনা কৰিলে। বিশ্বাস আৰু আত্ম-প্ৰমাণনৰ আধাৰত এই বিধি যুগুত কৰা হৈছে। অনুমোদন, অনুপালন আৱশ্যকতা আৰু প্ৰৱেশৰ প্ৰতিবন্ধকতা লক্ষ্যণীয়ভাৱে হ্ৰাস কৰা হৈছে।

নতুন ড্ৰোন বিধিখনিয়ে এই খণ্ডত কৰ্মৰত ষ্টাৰ্ট-আপ আৰু আমাৰ যুৱ প্ৰজন্মক অতিশয় সহায় কৰিব। ই উদ্ভাৱন ও বাণিজ্যৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ই ভাৰতক এটি ড্ৰোন কেন্দ্ৰ কৰি তুলিবলৈ উদ্ভাৱন, প্ৰযুক্তি ও ইঞ্জিনিয়াৰিঙত ভাৰতৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব।"

 

 

Click here to read details

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Banking sector recovery has given leg up to GDP growth

Media Coverage

Banking sector recovery has given leg up to GDP growth
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 জুন 2023
June 05, 2023
Share
 
Comments

A New Era of Growth & Development in India with the Modi Government