Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আজি টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

ৰাছিয়াৰ পৰম্পৰা অনুযায়ী শেহতীয়াকৈ বৰদিন উদযাপনৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন তথা ৰাছিয়ানবাসীক শুভেচ্ছা জনায়৷ ৰাষ্ট্ৰপতি পুটিনে সেই শুভেচ্ছা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদী তথা ভাৰতবাসীৰ উন্নতি তথা শান্তিৰ বাবে প্ৰাৰ্থনা কৰে৷

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ বিশেষাধিকৃত কৌশলগত সহযোগিতাৰ বিষয়ে আলোচনা কৰে৷ আগন্তুক বৰ্ষসমূহতো এই সহযোগিতা বৰ্তাই ৰখাত দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ২০২০ বৰ্ষটো ৰাছিয়াৰ বাবে বিশেষ বৰ্ষ বুলি অভিহিত কৰি এই বৰ্ষৰ মে’ মাহত মস্কোত ৭৫তম ভিক্ট’ৰী ডে’ উদযাপনত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰীক জনোৱা নিমন্ত্ৰণৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই বৰ্ষত ছাংঘাই কো–অপাৰেচন অৰ্গনাইজেছন আৰু ব্ৰিকছ দেশসমূহৰ সন্মিলনত অংশগ্ৰহণৰ বাবে তেওঁ বাট চাই আছে৷ তেওঁ ৰাষ্ট্ৰপতি পুটিনক ২১তম দ্বিপাক্ষিক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ নিমন্ত্ৰণ জনায়৷

দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ মাজত আঞ্চলিক তথা বিশ্বজনীন নিৰাপত্তা, শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ বাবে সহযোগিতাৰে কাম কৰি যাব বুলি মতপোষণ কৰে৷

 

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
Capital expenditure of States more than doubles to ₹1.71-lakh crore as of Q2

Media Coverage

Capital expenditure of States more than doubles to ₹1.71-lakh crore as of Q2
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 ডিচেম্বৰ 2021
December 06, 2021
Share
 
Comments

India takes pride in the world’s largest vaccination drive reaching 50% double dose coverage!

Citizens hail Modi Govt’s commitment to ‘reform, perform and transform’.