বাৰাণসীৰ বিজেপিৰ কাৰ্য্যকৰ্তাসকলৰে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়ৰ অৰ্থে আপোনাৰ পৰামৰ্শৰাজি শ্বেয়াৰ কৰক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ দলীয় কাৰ্য্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰিব। তদুপলক্ষে বাৰাণসীৰ কাৰ্য্যকৰ্তাসকলকে প্ৰমুখ্য কৰি এই মত-বিনিময়ৰ অৰ্থে তেওঁলোকৰ পৰামৰ্শ আৰু প্ৰশ্নসমূহ শ্বেয়াৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।

তলৰ কমেন্ট শিতানত আপোনাৰ চিন্তা আৰু ইনপুটসমূহ শ্বেয়াৰ কৰক। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মত-বিনিময়ৰ সময়ত ইয়াৰে কেতবোৰ উল্লেখ কৰিব পাৰে।

Share
 
Comments
  • Your Suggestion
Comment 1759