Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ আগষ্ট, ২০২১ৰ দুপৰীয়া ১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে উত্তৰপ্ৰদেশৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব৷

উত্তৰপ্ৰদেশত ৫ আগষ্ট, ২০২১ৰ দিনটো প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা দিৱস হিচাপে পালন কৰিব৷ এই উপলক্ষে সমগ্ৰ ৰাজ্যখনত এক বিশাল সজাগতা কাৰ্যসূচী হাতত লোৱা হ’ব, যাতে এই আঁচনিৰ সুবিধা লাভৰ পৰা কোনো বঞ্চিত হৈ নাথাকে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ১৫ কোটি হিতাধিকাৰীয়ে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰিছে৷ প্ৰায় ৮০,০০০ সুলভ মূল্যৰ দোকানে হিতাধিকাৰীসকলক এই আঁচনিৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে৷

এই উপলক্ষে অনুষ্ঠানত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব৷

 

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Mann KI Baat Quiz
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
India achieves 40% non-fossil capacity in November

Media Coverage

India achieves 40% non-fossil capacity in November
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ডিচেম্বৰ 2021
December 04, 2021
Share
 
Comments

Nation cheers as we achieve the target of installing 40% non fossil capacity.

India expresses support towards the various initiatives of Modi Govt.