Share
 
Comments

উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অহা ২৯ফেব্ৰুৱাৰী, ২০২০ত অনুষ্টিতব্য এক বিশাল সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগজনৰ মাজত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী আৰু সহযোগিতাসা-সঁজুলী বিতৰণ কৰিব। ‘ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা’(আৰভিওৱাই) আৰু ‘এডিআইপি’ আঁচনিৰ অধীনত এইসমূহ সামগ্ৰীৰ বিতৰণ কৰা হ’ব।হিতাধিকাৰীসকলৰ সংখ্যাৰ ভিত্তিত এই সমাৰোহ দেশত এই পৰ্যন্ত অনুষ্ঠিত এনেধৰণ সামগ্ৰী বিতৰণ সম্পৰ্কীয় সৰ্ববৃহত মেলা হিচাপে চিহ্নিত হ’ব বুলি আশা কৰা হৈছে।

এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগা ২৬,০০০ৰো অধিক হিতাধিকাৰীৰ মাজত ৫৬,০০০ৰো অধিক সহযোগিতা সামগ্ৰী আৰু সা-সঁজুলী বিতৰণ কৰাৰ দিহা কৰা হৈছে। এইসমূহ সামগ্ৰীত ১৯কোটিৰো অধিক টকা ব্যয় কৰা হ’ব।
দিব্যাংগসকলৰ লগতে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ দৈনন্দিন জীৱনত স্বস্তি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ আৰ্থ-সামাজিক বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰেই এইসমূহ সা-সামগ্ৰী বিতৰণৰ দিহা কৰা হৈছে।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Symbol Of Confident, 21st Century India

Media Coverage

Symbol Of Confident, 21st Century India
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates Recep Tayyip Erdogan on re-election as the President of Türkiye
May 29, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has congratulated Recep Tayyip Erdogan on re-election as the President of Türkiye.

In a tweet, the Prime Minister said;

"Congratulations @RTErdogan on re-election as the President of Türkiye! I am confident that our bilateral ties and cooperation on global issues will continue to grow in the coming times."