প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক প্ৰণাম জনাইছে।
এটা ভিডিঅ’ শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ
“এই নৱৰাত্ৰিত মাতৃ ব্ৰহ্মচাৰিণীৰ শ্ৰী চৰণত মোৰ শত-কোটি প্ৰণাম জনালোঁ! দেৱী মায়ে তেওঁৰ সকলো সাধককে সাহস আৰু সংযমৰ আশীৰ্বাদ প্ৰদান কৰে যেন।”
नवरात्रि में आज मां ब्रह्मचारिणी के चरणों में कोटि-कोटि वंदन! देवी माता अपने सभी साधकों को साहस और संयम का आशीर्वाद प्रदान करें। https://t.co/RuLHcK2DzG
— Narendra Modi (@narendramodi) September 23, 2025


