প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ ধাৰণাটোৱে উন্নত ভাৰতৰ সংকল্প প্ৰাপ্ত কৰাত এক অমূল্য ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
"মহান জাতীয়তাবাদী চিন্তাবিদ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ অন্ত্যোদয়ৰ ধাৰণাটোৱে উন্নত ভাৰতৰ সংকল্প প্ৰাপ্তিৰ ক্ষেত্ৰত এক অমূল্য ভূমিকা পালন কৰিবলৈ গৈ আছে। দেশৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱা সদায় স্মৰণীয় হৈ থাকিব।”
महान राष्ट्रवादी विचारक पंडित दीनदयाल उपाध्याय जी को उनकी जयंती पर कोटि-कोटि नमन। अंत्योदय की उनकी अवधारणा विकसित भारत के संकल्प की सिद्धि में अमूल्य भूमिका निभाने वाली है। देश के लिए उनका समर्पण और सेवा भाव अविस्मरणीय रहेगा। pic.twitter.com/0tZ4oxcZ01
— Narendra Modi (@narendramodi) September 25, 2024


