দেৱী শৈলাপুত্ৰীৰো প্ৰাৰ্থনা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ নবৰাত্ৰিৰ আৰম্ভণিতে শ্ৰী মোদীয়ে দেৱী শৈলাপুত্ৰীৰ প্ৰাৰ্থনা কৰাৰ লগতে সুখ, সুস্থ আৰু সৌভাগ্যৰ বাবে দেৱীৰ আশীৰ্বাদ কামনা কৰে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“শক্তিৰ উপাসনাৰ মহাপৰ্ব নবৰাত্ৰি উপলক্ষে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷ আস্থা আৰু বিশ্বাসৰ এই পবিত্ৰ ক্ষণত সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক৷ জয় মাতা দী!”

"वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्‌।

वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्‌ ।।

দেৱী শৈলাপুত্ৰীৰ আৰাধনাৰ জৰিয়তে আজিৰ পৰা নবৰাত্ৰিৰ শুভাৰম্ভ হৈছে৷ মোৰ কামনা এই যে তেওঁৰ কৃপাৰ জৰিয়তে সকলোৰে জীৱন সুখ, সৌভাগ্য আৰু সুস্থতাৰে পৰিপূৰ্ণ হওক৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates GalaxEye on the successful launch of Mission Drishti
May 03, 2026

Prime Minister Shri Narendra Modi has congratulated the founders and the entire team of GalaxEye on the successful launch of Mission Drishti.

The Prime Minister noted that Mission Drishti by GalaxEye marks a major achievement in India's space journey. Shri Modi highlighted that the successful launch of the world’s first OptoSAR satellite and the largest privately-built satellite in India is a testament to the youth’s passion for innovation and nation-building. He also extended his heartiest congratulations and best wishes to the founders and the entire team of GalaxEye.

The Prime Minister posted on X:

"Mission Drishti by GalaxEye marks a major achievement in our space journey. The successful launch of the world’s first OptoSAR satellite and the largest privately-built satellite in India is a testament to our youth’s passion for innovation and nation-building.

Heartiest congratulations and best wishes to the founders and the entire team of GalaxEye."