Share
 
Comments

ৰাজ্য গঠন দিৱস উপলক্ষে মিজোৰামৰ নাগৰিকসকললৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজ্য গঠন দিৱস উপলক্ষে মিজোৰামৰ ভাই-ভনীসকললৈ মই মোৰ শুভ কামনা জনাইছো। মহান মিজো সংস্কৃতিক লৈ সমগ্ৰ দেশেই গৌৰৱান্বিত। দয়ালু স্বভাৱ আৰু প্ৰকৃতিৰ সৈতে সহবাস কৰাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে মিজোৰামবাসীৰ সুনাম আছে। ৰাজ্যখনৰ নিৰন্তৰ প্ৰগতি কামনা কৰিলো”।

 

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
21 Exclusive Photos of PM Modi from 2021
Explore More
Kashi Vishwanath Dham is a symbol of the Sanatan culture of India: PM Modi

Popular Speeches

Kashi Vishwanath Dham is a symbol of the Sanatan culture of India: PM Modi
India among top 10 global AI adopters, poised to grow sharply: Study

Media Coverage

India among top 10 global AI adopters, poised to grow sharply: Study
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Social Media Corner 21st January 2022
January 21, 2022
Share
 
Comments

Citizens salute Netaji Subhash Chandra Bose for his contribution towards the freedom of India and appreciate PM Modi for honoring him.

India shows strong support and belief in the economic reforms of the government.