Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ পীড়িত লোকসকলৰ উদ্ধাৰ কাৰ্য অব্যাহত আছে৷ মই সকলোৰে সুৰক্ষা আৰু কল্যানৰ বাবে প্ৰাৰ্থনা জনাইছো৷”

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
PM Narendra Modi had turned down Deve Gowda's wish to resign from Lok Sabha after BJP's 2014 poll win

Media Coverage

PM Narendra Modi had turned down Deve Gowda's wish to resign from Lok Sabha after BJP's 2014 poll win
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
We jointly recall and celebrate foundations of our 50 years of India-Bangladesh friendship: PM
December 06, 2021
Share
 
Comments

The Prime Minister, Shri Narendra Modi has said that we jointly recall and celebrate the foundations of our 50 years of India-Bangladesh friendship.

In a tweet, the Prime Minister said;

"Today India and Bangladesh commemorate Maitri Diwas. We jointly recall and celebrate the foundations of our 50 years of friendship. I look forward to continue working with H.E. PM Sheikh Hasina to further expand and deepen our ties.