Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰসিদ্ধ অধিবক্তা শ্ৰী শান্তি ভূষণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"শ্ৰী শান্তি ভূষণজীক আইনী ক্ষেত্ৰত তেওঁৰ অৱদান আৰু দুখীয়াসকলৰহৈ মাত মাতি যোৱাৰ আগ্ৰহৰ বাবে স্মৰণ কৰা হ'ব।তেওঁৰ মৃত্যুত আঘাত পাইছো। তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔঁম শান্তি।"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
9 Years Of PM Modi: Major Legislations Passed By Narendra Modi Government

Media Coverage

9 Years Of PM Modi: Major Legislations Passed By Narendra Modi Government
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 জুন 2023
June 05, 2023
Share
 
Comments

A New Era of Growth & Development in India with the Modi Government