Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ ৰাজ্যিক দিৱসত ৰাজ্যখনৰ নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে৷

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘মেঘালয়বাসী দয়া আৰু মমতাৰ বাবে বিশেষভাৱে পৰিচিত৷ ক্ৰীড়া, সংগীতৰ পৰা আৰম্ভ কৰি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰলৈ, তেওঁলোকৰ পৰা বহুতো শিকিব লগীয়া আছে৷ অনাগত বছৰসমূহত মেঘালয়ৰ উন্নয়ন আৰু প্ৰগতি কামনা কৰিছো৷’

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
TB Harega India Jeetega: Dr Lucica Ditiu, Director of Stop TB Partnership says, ‘World needs a leader like Modi'

Media Coverage

TB Harega India Jeetega: Dr Lucica Ditiu, Director of Stop TB Partnership says, ‘World needs a leader like Modi'
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মাৰ্চ 2023
March 24, 2023
Share
 
Comments

Citizens Shower Their Love and Blessings on PM Modi During his Visit to Varanasi

Modi Government's Result-oriented Approach Fuelling India’s Growth Across Diverse Sectors