প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ প্ৰতি জনসাধাৰণৰ উৎসাহৰ উদাহৰণ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়-
"অতি নানন্দিক দৃশ্য! দেশৰ মাটি, পানী আৰু আকাশত ত্ৰিৰংগাৰ ৰং দেখি প্ৰতিজন ভাৰতীয়ই সুখী। #হৰ ঘৰ ত্ৰিৰংগা"
"এই সুন্দৰ মুহূৰ্তৰ বাবে ধন্যবাদ!" ত্ৰিৰংগাৰ প্ৰতি থকা অতুলনীয় সন্মানৰ এই সাহসী দৃশ্যই ভাৰতীয়সকলৰ উৎসাহ আৰু উদ্যম প্ৰকাশ কৰিছে। #হৰ ঘৰ ত্ৰিৰংগা"
"চকুত লগা! ভাৰতৰ ভৱিষ্যৎ নেতাৰে ভৰা এনে ত্ৰিৰংগা যাত্ৰাই সকলোকে দেশপ্ৰেমৰ মনোভাৱেৰে ভৰাই তুলিবলৈ গৈ আছে। #হৰ ঘৰ ত্ৰিৰংগা"
“এয়া বিশাখাপট্টনমবাসীৰ এক বৃহৎ সামূহিক প্ৰচেষ্টা। # হৰ ঘৰ ত্ৰিৰংগাৰ প্ৰতি থকা উৎসাহৰ মই প্ৰশংসা কৰিছো।”
“লাডাখত এক উৎকৃষ্ট প্ৰচেষ্টা দেখিছো, যিয়ে হৰ ঘৰ ত্ৰিৰংগা আন্দোলনৰ মনোভাৱক আগুৱাই নিব।”
इस जज्बे को प्रणाम! तिरंगे के प्रति अतुलित सम्मान का यह साहसिक दृश्य भारतीयों के उत्साह और उमंग को दर्शाता है। #HarGharTiranga https://t.co/j6bzoxsNT7
— Narendra Modi (@narendramodi) August 12, 2022
अद्भुत! भारत के भावी कर्णधारों से भरी ऐसी तिरंगा यात्राएं हर किसी में राष्ट्रभक्ति का जोश भरने वाली हैं। #HarGharTiranga https://t.co/fs042nkJKx
— Narendra Modi (@narendramodi) August 12, 2022
This is a great collective effort by the people of Visakhapatnam. I admire the enthusiasm towards #HarGharTiranga. https://t.co/B4gRa1KBrM
— Narendra Modi (@narendramodi) August 12, 2022
An excellent effort in Ladakh that will further the spirit of #HarGharTiranga movement. https://t.co/Pylwle1E8U
— Narendra Modi (@narendramodi) August 12, 2022