Share
 
Comments
মহিলা সবলীকৰণক অন্য মাত্ৰা দিবলৈকে এক নতুন ধাৰা সৃষ্টি কৰা হৈছে

নাৰী শক্তিৰ সবলীকৰণৰ বাবে চৰকাৰে সম্পাদন কৰা বিভিন্ন কাৰ্যক্ৰম সম্পৰ্কীয় তথ্য সম্ভাৰৰে যুগুতোৱা আৰু উপলব্ধ বিভিন্ন প্ৰবন্ধ-পাতি narendramodi.in ৱেব ছাইটৰ জৰিয়তে শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

মহিলা কল্যাণ আৰু সবলীকৰণ সম্পৰ্কীয় বিভিন্ন আঁচনি আৰু পদক্ষেপ সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে MyGov-ত এলানি টুইট-ও শ্বেয়াৰ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে;

“মহিলা সবলীকৰণক অন্য মাত্ৰা দিবলৈকে সৃষ্টি কৰা এক নতুন ধাৰা সন্দৰ্ভত যুগুতোৱা বিভিন্ন প্ৰবন্ধ-পাতি আদি পঢ়ি আপোনালোকে ভাল পাব। বিভিন্ন ক্ষেত্ৰত সামৰি গ্ৰহণ কৰা এইসমূহ উদ্যোগে মহিলাসকলৰ বাবে অধিক মৰ্যাদা আৰু সুযোগৰ নিশ্চয়তা প্ৰদান কৰিছে।#মহিলা সবলীকৰণৰ ৮টা বছৰ”

“নাৰী শক্তিৰ সবলগীকৰণ সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ বিস্তৃত তথ্য সম্বলিত। #মহিলা সবলীকৰণৰ ৮টা বছৰ”

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India a shining star of global economy: S&P Chief Economist

Media Coverage

India a shining star of global economy: S&P Chief Economist
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ছেপ্টেম্বৰ 2022
September 25, 2022
Share
 
Comments

Nation tunes in to PM Modi’s Mann Ki Baat.