Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ ডংগ্ৰিত বিল্ডিং ভাঙি প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷

‘‘মুম্বাইৰ ডংগ্ৰিৰ বিল্ডিং ভঙাৰ ঘটনা অতিশয় যন্ত্ৰণাদায়ক৷ যিসকলে এই দূৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়াললৈ মই সমবেদনা প্ৰকাশ কৰিছো৷ আঘাতপ্ৰাপ্তসকলে যাতে সোনকালে আৰোগ্য লাভ কৰে তাৰে কামনা কৰিছো৷ উদ্ধাৰ কাৰ্য তথা প্ৰয়োজনীয় সহায় প্ৰদানৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ চৰকাৰ, এনডিআৰএফ আৰু স্থানীয় প্ৰশাসনে অহৰহ কাম কৰি আছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Mann KI Baat Quiz
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
India achieves 40% non-fossil capacity in November

Media Coverage

India achieves 40% non-fossil capacity in November
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ডিচেম্বৰ 2021
December 04, 2021
Share
 
Comments

Nation cheers as we achieve the target of installing 40% non fossil capacity.

India expresses support towards the various initiatives of Modi Govt.