Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিং জীৰ প্ৰকাশ পৰৱৰ পৱিত্ৰ উপলক্ষত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মই শ্ৰী গুৰু গোবিন্দ সিং জীৰ প্ৰকাশ পৰৱৰ পৱিত্ৰ উপলক্ষত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। এখন ন্যায্য আৰু সন্মিলিত সমাজ সৃষ্টিৰ অৰ্থে তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ, তেওঁৰ নীতিৰ পোষকতাত অটল আছিল। আমি তদুপৰি তেওঁৰ সাহসিকতা আৰু ত্যাগক স্মৰণ কৰো।

মোৰ ওপৰত গুৰু চাহিবৰ এয়ে বিশেষ কৃপা যে আমাৰ চৰকাৰৰ কাৰ্যকালতে শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৩৫০ সংখ্যক প্ৰকাশ পৰৱ অনুষ্ঠিত হৈছিল। মই পাটনাৰ সেই মহা আয়োজনক স্মৰণ কৰিছো, য’লৈ মই যোৱা আৰু মোৰ সেৱা নিবেদনৰো সুযোগ লাভ কৰিছিলো।"

Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
'Little boy who helped his father at tea stall is addressing UNGA for 4th time'; Democracy can deliver, democracy has delivered: PM Modi

Media Coverage

'Little boy who helped his father at tea stall is addressing UNGA for 4th time'; Democracy can deliver, democracy has delivered: PM Modi
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM discusses cyclone situation with Odisha CM
September 26, 2021
Share
 
Comments

The Prime Minister, Shri Narendra Modi has discussed the cyclone situation in parts of Odisha with the Chief Minister, Shri Naveen Patnaik.

In a tweet, the Prime Minister said;

"Discussed the cyclone situation in parts of Odisha with CM @Naveen_Odisha Ji. The Centre assures all possible support in overcoming this adversity. Praying for the safety and well-being of everybody."