Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পে কালি সন্ধিয়া টেলিফোনিক বাৰ্তালাপ কৰাৰ লগতে ইজনে-সিজনক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷

দুয়োগৰাকী নেতাই ২০১৮ বৰ্ষত ভাৰত-মাৰ্কিন কৌশলগত সহযোগিতাৰ অগ্ৰগতিক লৈ সন্তুষ্টি ব্যক্ত কৰে৷ নেতা দুগৰাকীয়ে নতুন ২+২ আলোচনা ব্যৱস্থা আৰু প্ৰথবাৰলৈ অনুষ্ঠিত ভাৰত, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু জাপানৰ মাজৰ ত্ৰিপাক্ষিক সন্মিলনৰ শুভাৰম্ভণিৰ দৰে কেতবোৰ উন্নয়নমূলক চিন্তাধাৰাৰ প্ৰশংসা কৰে৷

দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা আৰু শক্তি তথা আঞ্চলিক আৰু বিশ্বস্তৰীয় সমস্যাৰ দৰে বিষয়ত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিক ইতিবাচক দিশ হিচাপে গ্ৰহণ কৰিছে৷ ২০১৯ বৰ্ষতো তেওঁলোকে ভাৰত-মাৰ্কিন দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত কাম কৰি যাবলৈ সহমত প্ৰকাশ কৰে৷

 

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
How does PM Modi take decisions? JP Nadda reveals at Agenda Aaj Tak

Media Coverage

How does PM Modi take decisions? JP Nadda reveals at Agenda Aaj Tak
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Social Media Corner 5th December 2021
December 05, 2021
Share
 
Comments

India congratulates on achieving yet another milestone as Himachal Pradesh becomes the first fully vaccinated state.

Citizens express trust as Govt. actively brings reforms to improve the infrastructure and economy.