আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰ এডমিৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত কয়;
“আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰ এডমিৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”
Lieutenant Governor of Andaman & Nicobar Islands, Admiral D K Joshi, (Retd.) met Prime Minister @narendramodi. pic.twitter.com/Zph0era9Qq
— PMO India (@PMOIndia) October 1, 2025


