প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ তম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশত কেন-বেটৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। December 24th, 11:46 am