জি এছ টি হাৰ কৰ্তন আৰু সংস্কাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱত অনুমোদন; জি এছ টি পৰিষদক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, এই ব্যৱস্থাসমূহে সাধাৰণ জনতা, কৃষক, এম এছ এম ই, মধ্যবিত্ত শ্ৰেণী, মহিলা, আৰু যুৱক-যুৱতীসকলৰ বাবে সকাহ আৰু সুবিধা কঢ়িয়াই আনিব
September 03rd, 11:00 pm