প্ৰধানমন্ত্ৰীয়ে শ্ৰী অন্নক সকলোৰে জীৱনৰ এক অংশ কৰি তুলিবলৈ আহ্বান জনায়
February 15th, 01:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জিৰোধাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিথিন কামাথৰ এটা টুইটৰ সঁহাৰি ব্যক্ত কৰিছে এইদৰে য'ত নিথিন কামাথে জনাইছে যে তেওঁ তেওঁৰ খাদ্যত বাজৰা সংযোজন কৰিছে।