লেহত ‘তথাগতাৰ পবিত্ৰ ধ্বংসাৱশেষৰ পবিত্ৰ প্ৰদৰ্শন’ উদ্বোধন কৰি আনন্দিত প্ৰধানমন্ত্ৰী

May 02nd, 06:59 pm

বুদ্ধ পূৰ্ণিমা উপলক্ষে কালি লেহত অনুষ্ঠিত ‘তথাগতাৰ পবিত্ৰ ধ্বংসাৱশেষৰ পবিত্ৰ প্ৰদৰ্শন’ উদ্বোধন কৰি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপৰিসীম আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখবাসীক পাঁচখন নতুন জিলা গঠনৰ উপলক্ষে অভিনন্দন জনাইছে

August 26th, 12:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখবাসীলৈ পাঁচখন নতুন জিলা গঠনৰ উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত তেখেতে কয় যে জান্সকাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং- এই নতুন জিলাকেইখনে এতিয়া অধিক মনোযোগ লাভ কৰিব, যাৰ ফলশ্ৰুতিত সেৱা আৰু সুযোগসমূহ জনসাধাৰণৰ অধিক ওচৰ চাপিব।