যোগ আন্দোলন শক্তিশালী কৰাৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ যোগান্ধ্ৰ পদক্ষেপৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

June 22nd, 02:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণক প্ৰশংসা কৰি কয় যে তেওঁলোকে যোগক দৈনন্দিন জীৱনত আকোৱালি লোৱাৰ লগতে প্ৰেৰণাদায়ক দায়বদ্ধতা দেখুৱাই, স্বাস্থ্য আৰু সুস্থতাৰ বাবে দেশজোৰা আন্দোলনক আৰু অধিক আগুৱাই লৈ গৈছে।

অন্ধ্ৰ প্ৰদেশৰ যোগান্ধ্ৰ ২০২৫ৰ পদক্ষেপক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 03rd, 08:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ চিটোৰৰ সমীপত অনুষ্ঠিত যোগান্ধ্ৰ ২০২৫ অনুষ্ঠানত যোগ অনুৰাগীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়। নিৰ্মল বায়ুৰে পৰিপূৰ্ণ অন্ধ্ৰ প্ৰদেশৰ পুলিগুণ্ডুৰ দুখন পাহাৰৰ মাজত আয়োজিত এই অনুষ্ঠানত ২,০০০ ৰো যোগপ্ৰেমী একত্ৰিত হৈ আন্তৰাষ্ট্ৰীয় যোগ দিৱস (আইডি ৱাই) ২০২৫ক স্বাগতম জনায়।