দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদদিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 08th, 03:54 pm
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ বিনয় ছাক্সেনা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, হৰ্ষ মালহোত্ৰ জী, টোখান চাহু জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সকলো সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক আৰু দিল্লীৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
March 08th, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে “আজি আমি সকলো ইয়াত একত্ৰিত হৈ দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছো” বুলি কয়।ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।যমুনা নদী পৰিস্কাৰ কৰি পুনৰুজ্জীৱিত কৰা প্ৰক্ৰিয়া সন্দৰ্ভত আয়োজিত বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা
April 17th, 10:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কালি যমুনা নদী পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ লগতে দিল্লীৰ খোৱাপানী সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। তেওঁ কয় যে কেন্দ্ৰই দিল্লী চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি দিল্লীৰ জনসাধাৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি আৰু ‘জীৱন নিৰ্বাহৰ সুচলতা’ নিশ্চিত কৰাৰ কাম কৰি যাব।The people of Delhi have suffered greatly because of AAP-da: PM Modi during Mera Booth Sabse Mazboot programme
January 22nd, 01:14 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.PM Modi Interacts with BJP Karyakartas Across Delhi under Mera Booth Sabse Mazboot via NaMo App
January 22nd, 01:00 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.'এক পেড় মা কে নাম'ৰ অধীনত গছপুলি ৰোপণ কৰা উপ-ৰাষ্ট্ৰপতিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
July 27th, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰে নিজৰ মাতৃৰ সন্মানত এজোপা গছপুলি ৰোপণ কৰাটো প্ৰেৰণাদায়ক।You hold the key to a better future and a Viksit Bharat: PM Modi in Aligarh
April 22nd, 02:20 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.PM Modi delivers a stirring address to an enthusiastic crowd at a public meeting in Aligarh, UP
April 22nd, 02:00 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.Congress considers their family bigger than the nation: PM Modi in Kotputli
April 02nd, 03:33 pm
Launching the BJP-led NDA's campaign in Rajasthan’s Kotputli for the Lok Sabha polls, Prime Minister Narendra Modi reminisced about how he highlighted the magnificence of Jaipur a few days ago during the visit of the President of France. The PM said, “The first electoral rally of my Rajasthan campaign began in Dhundhar in 2019. Now, in 2024, the electoral campaign begins again from the same region. You have also made your decision – ‘Phir Ek Baar, Modi Sarkar’.”PM Modi delivers an impactful speech at a public gathering in Kotputli, Rajasthan
April 02nd, 03:30 pm
Launching the BJP-led NDA's campaign in Rajasthan’s Kotputli for the Lok Sabha polls, Prime Minister Narendra Modi reminisced about how he highlighted the magnificence of Jaipur a few days ago during the visit of the President of France. The PM said, “The first electoral rally of my Rajasthan campaign began in Dhundhar in 2019. Now, in 2024, the electoral campaign begins again from the same region. You have also made your decision – ‘Phir Ek Baar, Modi Sarkar’.”PM condoles deaths in an accident in Yamuna River at Banda, Uttar Pradesh
August 11th, 10:22 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief about the deaths in an accident in Yamuna River at Banda district of Uttar Pradesh. Shri Modi conveyed his condolences to the affected families and informed that local administration, under the supervision of the state government is providing all possible help.লক্ষ্ণৌত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনৰ যুগান্তকাৰী অনুষ্ঠান @ ৩.০ ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 03rd, 10:35 am
উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, লক্ষ্ণৌৰ সাংসদ আৰু ভাৰত চৰকাৰৰ আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ আন-আন সতীৰ্থসকল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰখনৰ মন্ত্ৰীসকল, বিধানসভা আৰু বিধান পৰিষদৰ অধ্যক্ষসকল, উদ্যোগৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰ লোকসকল!PM attends the Ground Breaking Ceremony @3.0 of the UP Investors Summit at Lucknow
June 03rd, 10:33 am
PM Modi attended Ground Breaking Ceremony @3.0 of UP Investors Summit at Lucknow. “Only our democratic India has the power to meet the parameters of a trustworthy partner that the world is looking for today. Today the world is looking at India's potential as well as appreciating India's performance”, he said.Women self-help groups are champions of Atmanirbhar Bharat Abhiyan: PM Modi
December 21st, 04:48 pm
PM Modi visited Prayagraj and participated in a programme being held to empower women, especially at the grassroot level. The PM remarked that the security, dignity and respect ensured by the double-engine government for the women of UP is unprecedented. The women of Uttar Pradesh, the PM said, have decided that they will not allow the return of earlier circumstances.PM Modi takes part in a programme at Prayagraj, launches initiatives for empowering women
December 21st, 01:04 pm
PM Modi visited Prayagraj and participated in a programme being held to empower women, especially at the grassroot level. The PM remarked that the security, dignity and respect ensured by the double-engine government for the women of UP is unprecedented. The women of Uttar Pradesh, the PM said, have decided that they will not allow the return of earlier circumstances.PM to inaugurate and lay foundation stone of multiple projects worth around Rs 18,000 crore in Dehradun on 4th December
December 01st, 12:06 pm
Prime Minister Shri Narendra Modi will visit Dehradun and inaugurate & lay the foundation stone of multiple projects worth around Rs 18,000 crore on 4th December, 2021 at 1 PM. A significant focus of the visit will be on projects to improve road infrastructure, which will make travel smooth and safer, and also increase tourism in the region. This is in line with the vision of the Prime Minister to boost connectivity in the areas which were once considered far-flung.বিজেপি চৰকাৰে সদায়েই দৰিদ্ৰ আৰু মহিলাৰ কল্যাণৰ বাবে কাম কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী
February 04th, 03:09 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷দিল্লীৰ দ্বাৰকাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান
February 04th, 03:08 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷