২৮ মাৰ্চত প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ

March 26th, 09:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৮ মাৰ্চত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত তেওঁ গৌতম বুদ্ধ নগৰৰ জেৱাৰত অৱস্থিত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ মাজেৰে খোজ কাঢ়ি যাব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়টো উদ্বোধন কৰিব আৰু এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

দিল্লী-ফৰিদাবাদ-বল্লাভাগড়-সোহনা স্পাৰৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ পৰা জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উত্তৰপ্ৰদেশ আৰু হাৰিয়ানা ৰাজ্যত হাইব্ৰিড এনুইটি মোডৰ অধীনত গ্ৰীণফিল্ড লিংক নিৰ্মাণৰ বাবে সংশোধিত আনুমানিক ব্যয়ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

March 10th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে আজি উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাৰ দিল্লী-ফৰিদাবাদ-বল্লাভগড়-সোহনা স্পাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ পৰা জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অধীনত গ্ৰীণফিল্ড সংযোগ নিৰ্মাণৰ বাবে ৩৬৩০.৭৭ কোটি টকাৰ সংশোধিত মুঠ মূলধনী ব্যয়ত অনুমোদন জনায়।

২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

May 28th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।

Cabinet approves semiconductor unit in Uttar Pradesh

May 14th, 03:06 pm

The Union Cabinet, led by PM Modi, approved the establishment of a sixth semiconductor unit under the India Semiconductor Mission. A joint venture between HCL and Foxconn, the plant near Jewar airport will manufacture display driver chips for mobile phones, laptops, and more.