মার্কিন যুক্তৰাষ্ট্রৰ নিউইয়র্কত ভিডিঅ’ কনফাৰেন্সিংযোগে প্রাকৃতিক আৰোগ্য কেন্দ্রৰ উদ্বোধন উপলক্ষে প্রধানমন্ত্রীৰ ভাষণ

June 21st, 09:10 pm

প্রাকৃতিক আৰোগ্য কেন্দ্রৰ উদ্বোধন উপলক্ষে নিউইয়র্কত সমবেত অতিথিবৃন্দ আৰু আমন্ত্রিত বিশিষ্টসকলৰ লগতে অনলাইন আৰু টেলিভিচনত যিসকলে এই অনুষ্ঠান চাই আছে তেওঁলোককো মই নমষ্কাৰ জনাইছো। উপস্থিত সকলো ভদ্র পুৰুষ-মহিলাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শুভেচ্ছা জনাইছো।