ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ
July 07th, 06:00 am
আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।ব্ৰিকছৰ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ : বিশ্ব শাসনৰ সংস্কাৰ
July 06th, 09:41 pm
সপ্তদশ ব্ৰিকছ সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্ৰাজিলৰ গতিশীল অধ্যক্ষতাৰ অধীনত আমাৰ ব্ৰিকছৰ সহযোগিতাই সতেজ গতি আৰু সজীৱতা লাভ কৰিছে৷ আৰু কওঁ—আমি যি শক্তি পাইছো সেয়া কেৱল এস্প্ৰেছ’ নহয়; ই এটা ডাবল এস্প্ৰেছ’ শ্বট! ইয়াৰ বাবে মই ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু তেওঁৰ অটল দায়বদ্ধতাক শলাগ লৈছো। ভাৰতৰ হৈ মোৰ বন্ধু ৰাষ্ট্ৰপতি প্ৰব’ৱ’লৈ ইণ্ডোনেছিয়া ব্ৰিকছ পৰিয়ালত অন্তৰ্ভুক্ত হোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।বহুপাক্ষিক, অৰ্থনৈতিক-বিত্তীয় বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ সন্দৰ্ভত ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 06th, 09:40 pm
সম্প্ৰসাৰিত ব্ৰিকছ পৰিয়ালৰ এই বৈঠকত মোৰ বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰাটো মোৰ বাবে অতি আনন্দৰ বিষয়। ব্ৰিকছ আউটৰিচ সন্মিলনত লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে মোৰ মতামত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি লুলাক মই আন্তৰিক ধন্যবাদ জনাইছো।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
July 06th, 09:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬-৭ জুলাই, ২০২৫ত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত আজি অংশগ্ৰহণ কৰে। নেতাসকলে বিশ্ব প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বৃদ্ধি, শান্তি আৰু নিৰাপত্তা, বহুপাক্ষিকতা শক্তিশালী কৰা, উন্নয়নৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা আদিকে ধৰি ব্ৰিকছৰ কাৰ্যসূচীৰ বিভিন্ন বিষয়ৰ ওপৰত ফলপ্ৰসূ আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে।ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত গুৰুত্ব দিয়াটো সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি : প্ৰধানমন্ত্ৰী
November 20th, 05:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰে যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ তথ্য হৈছে সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি।১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
October 23rd, 05:22 pm
আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ অন্তিম পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
October 23rd, 03:25 pm
আজি এনেকৈ সমবেত হোৱা কাৰ্য্য, বৈঠকৰ বাবে ৰাষ্ট্ৰপতি পুটিনলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰীয়ে ১৬ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে
October 23rd, 03:10 pm
ব্ৰিকছৰ নেতাসকলে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা, সন্ত্ৰাসবাদ প্ৰতিহত কৰা, অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰা, বহনক্ষম উন্নয়নক উদ্গনি যোগোৱা আৰু গ্লোবেল ছাউথৰ উদ্বেগসমূহৰ ওপৰত আলোকপাত কৰাকে ধৰি গঠনমূলক আলোচনা কৰে। নেতাসকলে ব্ৰিকছৰ ১৩খন নতুন অংশীদাৰ দেশক আদৰণি জনায়।ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি
September 08th, 11:18 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ দীৰ্ঘস্থায়ী তথা নিবিড় বন্ধুত্ব পুনৰ সুনিশ্চিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেনক আজি ভাৰতলৈ আদৰণি জনাইছে। নেতাসকলে চলিত বৰ্ষৰ জুনত প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ৱাশ্বিংটন ভ্ৰমণৰ উল্লেখযোগ্য সফলতাসমূহ ৰূপায়ণ কৰাৰ বাবে অব্যাহত থকা গুৰুত্বপূৰ্ণ অগ্ৰগতিক প্ৰশংসা কৰে। নেতাসকলে বিশ্বাস আৰু উমৈহতীয়া বুজাবুজিৰ ওপৰত আধাৰিত বহুমুখী গোলকীয় বিষয়সূচীসমূহৰ সকলো দিশ সামৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত বন্ধুত্বক পৰিৱৰ্তন কৰাৰ দিশে কাম-কাজ অব্যাহত ৰাখিবলৈ চৰকাৰলৈ আহ্বান জনায়। নেতাসকলে স্বাধীনতা, গণতন্ত্ৰ, মানৱ অধিকাৰ, অন্তৰ্ভুক্তি, বহুত্ববাদ আৰু সকলো নাগৰিকৰ বাবে সমান সুবিধাৰ উমৈহতীয়া প্ৰমূল্য আমাৰ দেশসমূহে উপভোগ কৰি থকা সফলতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তথা এই প্ৰমূল্যসমূহে আমাৰ সম্পৰ্ক শক্তিশালী কৰে বুলি প্ৰকাশ কৰে।Prime Minister’s participation in the 15th BRICS Summit
August 23rd, 08:57 pm
Prime Minister Shri Narendra Modi participated in the 15th BRICS Summit held under South Africa’s chairship, in Johannesburg on 23 August 2023.দ্বিতীয় আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 12th, 06:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ আমন্ত্ৰণমৰ্মে দ্বিতীয় আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। শীৰ্ষ সন্মিলনৰ মুকলি অধিবেশনত ‘ক’ৰোনা মহামাৰীৰ ফলত উদ্ভূত সংকটৰ মোকাবিলা আৰু যিকোনো পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিত অগ্ৰাধিকাৰ দিয়া’ শীৰ্ষক বিষয়ত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে।ষষ্ঠ ভাৰত-জাৰ্মানী আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা সন্দৰ্ভত প্ৰকাশিত যুটীয়া বিবৃতি
May 02nd, 08:28 pm
আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেন্সেলৰ ওলাফ স্কোলজৰ অধ্যতাত ভাৰত চৰকাৰ আৰু ‘ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানী’ৰ চৰকাৰ দুখনৰ মাজত ষষ্ঠ লানি ‘আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা’ অনুষ্ঠিত হয়। দুয়োগৰাকী শীৰ্ষ মুৰব্বীৰ লগতে এই আলোচনাত দুয়ো পক্ষৰ মন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ পদাধিকাৰীসকলৰ একোটি দলেও অংশগ্ৰহণ কৰে।ক’ভিড-১৯ৰ ওপৰত আন্তর্জাতিক শীর্ষ সন্মিলনত প্রধানমন্ত্রীৰ বক্তব্যঃ মহামাৰীৰ অৱসানত আৰু ভৱিষ্যতৰ প্রস্তুতি হিচাপে উন্নত স্বাস্থ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব লাগিব
September 22nd, 09:40 pm
ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বত এক অভূতপূর্ব বিঘিনি ঘটাইছে। এই মহামাৰী এতিয়াও শেষ হোৱা নাই। পৃথিৱীৰ বেছিভাগ অংশতেই টীকাকৰণ হোৱা নাই। আৰু সেয়ে ৰাষ্ট্রপতি বাইডেনৰ উদ্যোগ অত্যন্ত সময়োচিত আৰু আমি ইয়াক স্বাগতম জনাইছো।বিদেশৰ ভাৰতীয় দূতাবাসৰ মুৰব্বী আৰু ব্যৱসায় তথা বাণিজ্য ক্ষেত্ৰৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ কথা-বাৰ্তাৰ অসমীয়া অনুবাদ
August 06th, 06:31 pm
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সকলো সহকৰ্মীসকল। ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, সমগ্ৰ বিশ্বতে সেৱা আগবঢ়োৱা সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকল। বিভিন্ন ৰপ্তানি পৰিষদ আৰু চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ সকলো নেতাসকল। মহিলা আৰু ভদ্ৰলোকসকল! এয়া স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়। এয়া কেৱল স্বাধীনতাৰ ৭৫ তম বৰ্ষত আমাৰ স্বাধীনতা উদযাপন কৰাৰ সময় নহয়, ভৱিষ্যতৰ ভাৰতৰ বাবে এক স্পষ্ট দৃষ্টিভংগী আৰু ৰোডমেপ গঢ়ি তোলাৰ সময়। ইয়াত আমাৰ ৰপ্তানিৰ উচ্চাকাংক্ষা আৰু ইয়াত আপোনালোক সকলো সহকৰ্মী, পদক্ষেপ, আপোনাৰ ভূমিকা বৃহৎ।প্ৰধানমন্ত্ৰীয়ে বিদেশত থকা ভাৰতীয় মিছনৰ মুৰব্বী আৰু বাণিজ্য আৰু বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে
August 06th, 06:30 pm
এই আঁচনিৰ প্ৰথম টো প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিদেশত থকা ভাৰতীয় মিছনৰ মুৰব্বী আৰু ব্যৱসায় আৰু বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে। আলোচনাৰ সময়ত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও উপস্থিত আছিল। অনুষ্ঠানটোত ২০ টাতকৈও অধিক বিভাগৰ সচিব, ৰাজ্য চৰকাৰৰ বিষয়া, ৰপ্তানি প্ৰচাৰ পৰিষদ আৰু চেম্বাৰ অফ কমাৰ্চৰ সদস্যসকলও উপস্থিত আছিল।জি-৭ সন্মিলনৰ প্রথম আউটৰীচ্চ অধিৱেশনত অংশগ্রহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
June 12th, 11:01 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জি-৭ সন্মিলনৰ প্রথম আউটৰীচ্চ অধিৱেশনত আজি অংশগ্রহণ কৰে৷ “স্বাস্থ্য সেৱা-আৰু অধিক শক্তিশালী ৰূপত গঢ়ি তোলা” শীর্ষক অধিৱেশনত ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰা সমগ্ৰ বিশ্বক ৰোগমুক্ত আৰু ভৱিষ্যতে যিকোনো মহামাৰীৰ বিৰুদ্ধে যুঁজক শক্তিশালী কৰাৰ বিষয়টোক লৈ আলোচনা হয়৷প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ মাননীয় এমপি, প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ মাজত ফোনত বাৰ্তালাপ
May 07th, 02:47 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনত অষ্ট্ৰেলিয়াৰ মাননীয় এমপি, প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে বাৰ্তালাপ কৰে।Finalisation of the BRICS Counter Terrorism Strategy an important achievement: PM
November 17th, 05:03 pm
In his intervention during the BRICS virtual summit, PM Narendra Modi expressed his contentment about the finalisation of the BRICS Counter Terrorism Strategy. He said it is an important achievement and suggested that NSAs of BRICS member countries discuss a Counter Terrorism Action Plan.ভাৰ্চুৱেল ব্ৰিকছ সন্মিলন-২০২০ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবা
November 17th, 05:02 pm
এইবছৰৰ এই সন্মিলনৰ বিষয়বস্তু বিশ্বজনীৰ সুস্থিৰতা, সামূহিক নিৰাপত্তা আৰু অভিনৱ বিকাশৰ বাবে ব্ৰিকছৰ সহযোগিতাৰ প্ৰাসংগিকতাটো আছেই, তাতোকৈ ই দূৰদৰ্শী। বিশ্বত গুৰুত্বপূৰ্ণ জিঅ’–ষ্ট্ৰেটেজিক পৰিৱৰ্তন আহি আছে, যাৰ প্ৰভাৱ সুস্থিৰতা, নিৰাপত্তা আৰু বিকাশত পৰিব আৰু এই তিনিটা ক্ষেত্ৰত ব্ৰিকছে মুখ্য ভূমিকা পালন কৰিব।PM Modi participates in 12th BRICS Summit
November 17th, 04:00 pm
Prime Minister Shri Narendra Modi led India’s participation at the 12th BRICS Summit, convened under the Chairship of President Vladimir Putin of Russia on 17 November 2020, in a virtual format.