ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
February 25th, 08:20 pm
এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
February 25th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।অতি দৰিদ্ৰ লোকজনৰ উন্নয়ন হোৱাটোৱেই প্ৰকৃত শান্তিক সূচায়ঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
October 28th, 11:30 am
মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰতি চৰ্দাৰ পেটেলৰ অমূল্য অৱদানৰ বিষয়ে কয়৷ তেওঁ ‘ষ্টেচু অৱ ইউনিটী’ক মহান নেতাজনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত এছিয়ান পেৰা গেমছ আৰু গ্ৰীষ্মকালীন অলিম্পিকত পদক বিজয়ীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ কথাও দোঁহাৰে৷ তেওঁ প্ৰথম বিশ্ব যুদ্ধৰ সাহসী বীৰ সেনাসকলকো স্মৰণ কৰে, যিসকলে সাহসেৰে যুদ্ধ কৰি আত্মবলিদান দিছিল৷PM Modi and Israeli PM Netanyahu visit Indian War Cemetery in Haifa
July 06th, 02:00 pm
PM Modi and Israeli PM Netanyahu visited Indian War Cemetery in Haifa, Israel. The leaders paid homage to the Indian soldiers who sacrificed their lives during World War I to liberate Jerusalem.They also unveiled a plaque commemorating Major Dalpat Singh.