খেলো ইণ্ডিয়া ডাইলগত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

August 27th, 11:15 am

প্ৰধানমন্ত্ৰী মোদীয়ে 'খেলো ইণ্ডিয়া ডায়লগ' অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ক্ৰীড়া সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত হকীৰ কিংবদন্তি মেজৰ ধ্যানচান্দ জীৰ অৱদানৰ কথা আলোকপাত কৰে। তেওঁ ২০৩৬ চনৰ অলিম্পিকৰ পূৰ্বে বিভিন্ন ক্ৰীড়া শৃংখলাত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শাৰীৰিক সুস্থতা বৃদ্ধি, মানসিক দৃঢ়তা গঢ়ি তোলা আৰু যুৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত খেল-ধেমালিৰ ভূমিকাৰ কথা উল্লেখ কৰে।

'খেলো ইণ্ডিয়া ডায়লগ'ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

August 27th, 11:00 am

প্ৰধানমন্ত্ৰী মোদীয়ে 'খেলো ইণ্ডিয়া ডায়লগ' অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ক্ৰীড়া সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত হকীৰ কিংবদন্তি মেজৰ ধ্যানচান্দ জীৰ অৱদানৰ কথা আলোকপাত কৰে। তেওঁ ২০৩৬ চনৰ অলিম্পিকৰ পূৰ্বে বিভিন্ন ক্ৰীড়া শৃংখলাত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শাৰীৰিক সুস্থতা বৃদ্ধি, মানসিক দৃঢ়তা গঢ়ি তোলা আৰু যুৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত খেল-ধেমালিৰ ভূমিকাৰ কথা উল্লেখ কৰে।

এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী

December 28th, 11:30 am

‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।

দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত অংশগ্ৰহণ কৰা সকলো খেলুৱৈ আৰু প্ৰতিনিধিক উষ্ম আদৰণি প্ৰধানমন্ত্ৰীৰ

September 27th, 06:03 pm

নতুন দিল্লীত ভাৰতে গৌৰৱেৰে আয়োজন কৰা তথা আজিৰে পৰা আৰম্ভ হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ৰ সকলো খেলুৱৈ আৰু প্ৰতিনিধিক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাযইছে ।

সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।