প্ৰধানমন্ত্ৰীয়ে ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে টিএমপিকেৰ দ্বাৰা আয়োজিত ১,০০,০০০ গছ ৰোপণ কাৰ্যসূচীৰ শলাগ লয়
April 24th, 11:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে টাকাম মিছিং প’ৰিন কেবাঙে (টিএমপিকে) আয়োজন কৰা এক লাখ বৃক্ষৰোপণ কাৰ্যসূচীৰ পদক্ষেপক প্ৰশংসা কৰিছে।