২০২৫ চনৰ বিশ্ব বক্সিং কাপ ফাইনেলত অসাধাৰণ, অভিলেখ ভংগ কৰা প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 24th, 12:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ফাইনেলত ভাৰতৰ খেলুৱৈসকলক তেওঁলোকৰ অসাধাৰণ, অভিলেখ ভংগকাৰী প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৪৮ কেজি শাখাত স্বৰ্ণ পদক বিজয়ী মিনাক্ষীক অভিনন্দন জনাইলে প্ৰধানমন্ত্ৰীয়ে
September 14th, 07:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় বক্সাৰ মিনাক্ষীয়ে ৪৮ কেজি শাখাত অনবদ্য বিজয় সাৱস্ত্য কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫৭ কেজি ওজন শাখাত সোণ জয় কৰা বক্সাৰ জয়ছমিন লেম্বোৰিয়াক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
September 14th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় বক্সাৰ জয়ছমিন লেম্বোৰিয়াক বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ৫৭ কেজি ওজন শাখাত উল্লেখযোগ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে।